0 votes
33 views
in General Knowledge by (14.9k points)
বায়ুৰপৰা সকলো জীৱই অক্সিজেন লয়। তথাপি অক্সিজেন বায়ুমণ্ডলৰ পৰা নাইকিয়া নহয় কিয়?

1 Answer

0 votes
by (134k points)
 
Best answer
বায়ুৰপৰা সকলো জীৱই অক্সিজেন লয়। কিন্তু সেউজীয়া গছ-গছনিয়ে বায়ুমণ্ডলৰপৰা কাৰ্বন ডাই অক্সাইড গ্রহণ কৰি খাদ্য প্রস্তুত কৰাৰ সময়ত প্ৰচুৰ পৰিমাণে অক্সিজেন বায়ুমণ্ডললৈ এৰি দিয়ে। এই কাৰণে বায়ুমণ্ডলৰপৰা অক্সিজেন নাইকিয়া নহয়।
...