0 votes
166 views
in Biology by (15.2k points)
লোৰে নির্মিত বেজী এটা পানীত ডুব যায় কিন্তু লোৰে নির্মিত জাহাজ এখন পানীত ডুব নাযায় কিয়?

1 Answer

0 votes
by (136k points)
 
Best answer
বস্তু এটা পানীত ডুবিব নে ওপতি থাকিব সেইটো নির্ভৰ কৰে বস্তুটোরে অপসাবিত কৰিব পৰা তৰলৰ ওজনৰ ওপৰত। জাহাজ এখনে অপসাবিত কৰা পানীৰ ওজন জাহাজখনৰ মুঠ ওজনতকৈ বেছি। সেইবাবে জাহাজখন লোবে নির্মিত হ'লেও ডুব নাযায়। আনহাতে লোৰে নির্মিত বেজীটোৱে অপসাৰিত কৰা পানীৰ ওজন বেজীটোৰ মুঠ ওজনতকৈ বহুত কম বাবে ই পানীত ডুব যায়।
...