0 votes
55 views
in Biology by (15.2k points)
ৰূপান্তৰিত মূলবোৰ শকত হোৱাৰ কাৰণ কি লিখা।

1 Answer

0 votes
by (136k points)
 
Best answer
উদ্ভিদৰ মূল সাধাৰণতে খাদ্য সঞ্চয় কৰি ৰাখিবলৈ ৰূপান্তৰিত হয়। সেইবাবে ৰূপান্তৰিত মূলবোৰ শকত হয়।

Related questions

0 votes
1 answer 296 views
0 votes
1 answer 62 views
0 votes
1 answer 103 views
0 votes
1 answer 85 views
...