0 votes
49 views
in General Knowledge by (15.3k points)
কাৰণ দৰ্শোৱা:
বায়ুৰ চাপে আমাক কিয় চেপেটা কৰি পেলোৱা নাই?

1 Answer

0 votes
by (137k points)
 
Best answer
আমাৰ শৰীৰৰ ভিতৰত বায়ু আছে। এই বায়ুৱে বাহিৰ ফালে হেঁচা দিয়ে। আনহাতে বায়ুমণ্ডলৰ বায়ুৱে আমাৰ শৰীৰত ভিতৰৰ পিনে হেঁচা দিয়ে। এই বর্হিমুখী আৰু অন্তমুখী হেঁচা পৰস্পৰৰ সমান হোৱা বাবে আমি এই হেঁচা অনুভৱ নকৰোঁ বা বায়ুৱে আমাক চেপেটা কৰি পেলোৱা নাই।
...